UPSC Main Exam 2024 Compulsory Subjects ASSAMESE Previous Year Question Paper PDF Download
UPSC Main Exam 2024 Compulsory Subjects ASSAMESE Previous Year Question Paper PDF Download
Civil Services (Main) Examination, 2024
PHKM-C-ASSM
অসমীয়া / ASSAMESE
( বাধ্যতামূলক ) / ( Compulsory )
সময় : 3 ঘণ্টা
Time Allowed : Three Hours
মুঠ নম্বৰ : 300
Maximum Marks : 300
প্ৰশ্নোত্তৰ বহী সম্পৰ্কীয় বিশেষ নিৰ্দেশনা
প্ৰশ্নোত্তৰ লিখাৰ আগতে তলৰ পৰামৰ্শাৱলী । নিৰ্দেশনা যত্ন সহকাৰে পঢ়ি লোৱা :
সকলোবেৰ প্ৰশ্নৰ উত্তৰ লিখিব লাগিব ।
প্ৰশ্নটোৰ কাষত প্ৰশ্নটোৰ মূল্যাংক । প্ৰশ্নাংশৰ মূল্যাংক দিয়া আছে ।
বিশেষ নিৰ্দেশনা নথকা প্ৰশ্নৰ উত্তৰ অসমীয়া ভাষাত (অসমীয়া লিপিেৰ) লিখিব লাগিব ।
প্ৰশ্নোত্তৰৰ বাবে শব্দৰ নিৰ্ধাৰিত সংখ্যা দিয়া থকিলে তাক মানিব লাগিব আৰু নিৰ্ধাৰিত সংখ্যাতকৈ বেছি বা কম কৰিলে নম্বৰ কটা যাব পাৰে ।
প্ৰশ্নোত্তৰ বহীৰ কোনোৱা পৃষ্ঠা বা পৃষ্ঠাংশ খালি হৈ থাকিলে স্পষ্টকৈ কাটি দিব লাগিব ।
Question Paper Specific Instructions
Please read each of the following instructions carefully before attempting questions :
All questions are to be attempted.
The number of marks carried by a question is indicated against it.
Answers must be written in ASSAMESE (Assamese script) unless otherwise directed in the question.
Word limit in questions, wherever specified, should be adhered to and if answered in much longer or shorter than the prescribed length, marks may be deducted.
Any page or portion of the page left blank in the Question-cum-Answer (QCA) Booklet must be clearly struck off.
UPSC Main Exam 2024 Compulsory Subjects ASSAMESE Previous Year Question Paper PDF Download
Free PDF Download LINK Given in Last of This Post/ question Paper , For Image and Diagram Please refer to given PDF
UPSC Previous Year Question Paper, testbook ,UPSC Previous Year Question Paper PDF, UPSC Previous Year Question Paper PDF Download, UPSC Question Paper PDF Download, UPSC Previous Year Papers, UPSC Previous Year Papers PDF, UPSC Previous Year Paper Free D
UPSC Main Exam 2024 Compulsory Subjects ASSAMESE Previous Year Question Paper PDF Download
100
(a) গণতন্ত্র আৰু বাক্বশ্বশ্বীনতা
(b) ভাৰতৰৰ্েত েযাৱাপানীৰ সংকট আসন্ন েনিক ?
(c) জনজাতীয় সংস্কৃতিব সংবক্ষণ : প্ৰয়াস আৰু সন্ত্ৰাবনা
(d) খালী পাৱৰ বাজনাই সাৰ
এ২. তলত িদয়া কথািখিন ভালদেৰ পচাঁ আৰু তাৰ তলত িদয়া প্ৰশ্নেবাৰৰ স্পষ্ট, শুদ্ধ আৰু সংিক্তি উঠৰ িদয়া : 12×5=60
সমালোচনাক সািহতযৰ এক িবেশষ অংশ িহচােপ িবেবচনা কৰা হয়, কাৰণ ই সািহতযক িনজস্ব সীমাৰ িভতৰত ৰখাৰ বযৱস্থা কেৰ । সািহতযত েঘিতয়া েকােনা িবষয় অন্তভূক্ত ৈহ ৰস প্ৰৱাহত বাধাৰ সৃিষ্ট কেৰ েতিতয়া েসই সািহতয েদাষয়ুক্ত ৈহ পেৰ, িঠক িযেদেৰ সংগীতেকা েবসুৰা স্বেৰ প্ৰিতকটু কেৰ ।
আমাৰ স্বাভাৰিক অনুভৱৰ প্ৰকাশেই হল প্ৰকৃত আনন্দ । কুৰিৰ্ে অনুভৱে সদায় বিষাদেই সৃষ্টি কেৰ । অৱশো কিছুমান মানুহে কুৰিৰ্ে অনুভৱতো সূখ পাব পােৰ । কিছুমান মানুহে ইংসাঙ্কা কাৰ্য কিৰ, বা আনৰ ধন-সম্পদ আত্মাসং কিৰ বা নিজৰ স্বাথিসিৰ্ৱ বােব কােৰাবাক অনিই কিৰও সূখ অনুভৱ কেৰ, কিন্তু ই মনৰ স্বাভাৰিক প্ৰবৃক্তি নহয় । এজন চোেৰ পোহৰতৈক আন্ধাৰ ভাল পায় । কিন্তু ই পোহৰৰ গতি েৰাধ কিৰব েনাৱােৰ ।
যই অনুভৱৰ দ্বাৰা আমি নিজেক আনৰ সৈতে একাদ্বা কৰিব পাৰোঁ সৈয়োহ প্ৰকৃত অনুভৱ । প্ৰেম আমাক আনৰ সৈতে একজ্ঞিত কৰে আৰু অহংকাৰে আমাক পৃথক কৰে । এজন অহংকাৰী মানুহ আনৰ সৈতে কেনেকৈ একাদ্বা হ’ব পাৰে ? সৈয়েহে প্ৰেমই প্ৰকৃত সত্য আৰু অহংকাৰেই মিথ্যা ।
ভক্তি প্ৰকাশৰ বােব কিছু মূর্ত ক্ৰূপৰ প্ৰয়ো�োজন । দয়া কৰিবৰ কাৰণেও কাৰো�বাক প্ৰয়ো�োজন । বৈষর্্য আৰু সাহস প্ৰদর্শন কৰিবলৈয়ো�ো আমাক কোনো�ো�বা এজনৰ প্ৰয়ো�োজন হয় । অথর্্যৎ আমাৰ অনুভৱক জগাই তুলিবলৈ সেইবো�ো�ৰ বাহিক উপাদানৰ সৈতে সামঞ্জস্য থকা উচিত । যদি আমাৰ ওপৰত বাহিক প্ৰকৃতিয়ে কোনো�ো� প্ৰভাৱ পেলাব নো�ো�ৱা�ো�ৰ; যদি কাৰো�ো�বাৰ পুৱ শো�োকত আমাৰ চকুপানী নো�োনো�ো�; যদি কোনো�ো� আনন্দ উৎসৱত আমি সন্মিলিত হৈ উৎসাহিত নহওঁ; তেনেহ লৈ বুলি�ি�ি� লাগিব যে আমাৰ নিৰ্্বৰ্্যপ প্ৰাপ্তি�ি� ঘটিছে । এই ক্ষেত্রত সাহিত্য মূল্যহীন বুলি�ি�ি� ক’ব
লাগিব । প্ৰকৃত সাহিত্যিকসকলে পৃথিৱীৰ সুখ-দুখত সুখ বা দুখ অনুভৱ কৰে আৰু আনৰ অন্তৰেতো সুখ বা দুখৰ অনুভৱৰ জগাই তুলিব পাৰে । নিজে দুখ অনুভৱ কৰাটোৱেই যেষ্ট নহয় । কলাকাৰসকলে এই সকলোবোৰ প্ৰকাশ কৰিবলৈ সমৰ্থ হ’ব লাগিব । কিন্তু পৰিস্থিতিয়ে মানুহক বিভিন্ন দিশলৈ লৈ যায় । মানুহ মাত্ৰেই অনুভৱৰ সমতা থাকিলেও পৰিস্থিতিৰ ভিন্নতাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশত ভিন্নতা দেখা যায় । যদি আমি কৃষকসকলৰ লগত থকাৰ সুযোগ পাঁও স্বাভাৱিকেতো তেওঁলোকৰ সুখ-দুখ নিজৰ সুখ-দুখ বুলি অনুভৱ কৰিবলৈ লওঁ তেত্তে আমাৰ ভাবৰ গভীৰতা অনুসৰি তাৰ দ্বাৰা প্ৰভাৱিত হওঁ । এইদেৰ আমি আন পৰিস্থিতিসমূহকা বুজিবলৈ চেষ্টা কৰা উচিত । যদি ইয়াৰ অৰ্থটো এইদেৰ বুজা যায় যে কোনো�োবাই কৃষক বা শ্ৰমিকৰ বা কোনো�ো আন্দোলনৰ প্ৰচাৰ কৰিছে তেত্তে ই ভুল হ’ব । সাহিত্য আৰু প্ৰচাৰৰ মাজত পাৰ্থক্য কি ? প্ৰচাৰ কাৰ্য্যত যদি স্ববিজ্ঞাপন নাথাকেও তেত্তে এক বিশেষ উেদ্দেশ্য পূৰণ কৰাৰ ঔৎসুক্য থাকে যিয়ে সাধনসমূহকা গুৰুত্বহীন কৰে । সাহিত্য মুদুমন্দ সমীৰৰ দেৰ িযেয় সকলোকে বিমল আনন্দ প্ৰদান কৰে । ধুমুহাই সেউজীয়া বৃক্ষকা উঠালি পেলায় আৰু জুপুৰী তথা অটলিকাকো মোহাৰি পেলায় । ই ৰসবিহীন হোৱা বাবে আনন্দৰ কাৰক নহয়; কিন্তু যদি কোনো�ো সুদক্ষ কলাকাৰে তােতা সৌন্দৰ্য আৰু ৰস সংযোজন কৰে তেত্তে সি প্ৰচাৰ কাৰ্য্যৰ আহিলা নহৈ মহৎ সাহিত্যলৈ উন্নীত হ’ব পাৰে ।
(a) সমালোচনাক কিয় সাহিত্যৰ অংগ িহচােপ িবেবচনা কৰা হয় ? 12
(b) প্ৰকৃত আৰু কৃত্ৰিম অনুভৱ কি ? 12
(c) মনৰ স্বাভাৱিক প্ৰবৃত্তি কি নহয় ? 12
(d) লেখকৰ মতে প্ৰকৃত সাহিত্যিক কোন হ’ব পাৰে ? 12
(e) সাহিত্য আৰু প্ৰচাৰৰ মাজত পাৰ্থক্য কি ? 12
৵৩. তলত দিয়া কথাখিনিৰ সাৰাংশ এক-তৃতীয়াংশ শব্দৰ ভিতৰত লিখাঁ । শিৰোনাম দিয়াৰ আৱশ্যকতা নাই । সাৰাংশ তোামাৰ নিজৰ ভাষাত লিখিব লাগিব । 60
মন কৰিবলগীয়া কথা যে ঈৰ্ষা ব্যক্তিবিশেষৰ সৈতে হয় । এয়াও নহয় যে কাৰোবাক ঐশ্বৰ্য, গুণ বা মাননেৰ সম্পন্ন দেখিলে তেওঁৰ প্ৰতি ঈৰ্ষা হ’ব । ঈৰ্ষা তেওঁৰ প্ৰতি হয় যাৰ বিষয়ে ধাৰণা কৰা হয় আমাৰ লগতে তেওঁকো সমানে গুৰুত্ব প্ৰদান কৰা হ’ব বা হৈছে । নিজৰ পৰা দূৰত্ব থকা আৰু দৃষ্টিত পৰা সম্ভাৱনা নাথাকিলে সেই ব্যক্তিব প্ৰতি সাধাৰণেত ঈশ্বৰা নাজাৰে। কাশীত থকা কোনো ধনী ব্যক্তি এগৰাকীৰ ইউবোৰপত থকা কোনো ধনী ব্যক্তি এগৰাকীৰ প্ৰতি ঈশ্বৰা নহয়। কোনো হিন্দী কিবৰ কোনো ইংৰাজী ভাষী কিবৰ মহন্ত শুনিলে ঈশ্বৰা নহয়। সম্পকীৱ মানুহ, শৈশৰৰ বন্ধু, সহপাঠী আৰু ওচৰ চুৱুৰীয়াৰ মাজত স্বাভাৰিকেত ঈশ্বৰৰ বিকাশ ঘটা দেখা যায়। ল’ৰালিবপৰা খিসকল মানুহ একলেগে উঠা বহা কৰে তাৰ মাজেত ইজেন আনজনৰ উন্নতি দেখিলে ঈশ্বৰত জ্বলি উঠাও দেখা যায়। দুজন বন্ধুৰ কোনো এজেন যদি উচ্চ পদবী পায় তোতিয়া আনজেন যাতে কোনো ধৰণৰ উচ্চ পদ নাপায় তেওঁ তাৰেই চেষ্টাত নিয়োজিত হৈ থাকে। প্ৰায়ে নিজৰ উন্নতিব অজান বাধাৰ বিচাৰ-খোচাৰ কৰোঁতে পূৰণি বন্ধুজনৰ উপস্থিতিতে দেখা যায়। খিসময়ত ঐক্যৰ এনাজৰীৰে আমি নিজেক আনৰ সৈতে একটো শাৰীতে খিয় কৰাওঁ সেই সময়ত সহানুভূতি, সহায় আদিৰ সন্তানৰ প্ৰতিষ্ঠিত হোৱাৰ লেগ লাগে ঈশ্বৰ আৰু বিদ্বেষৰ ভেটি গাড়োৰা সন্তানৰা থাকে। যদি আমি কিবা উপায়ে সমাজৰ ভালৰ বাবে সন্তানৰা সুত্ৰপাত ঘটাৰ পাৰোৱা আৰু ইয়াৰ দ্বাৰা অনিশ্চিত ভৱিষ্যতত বাধাৰ সৃষ্টি হয় তেনেহ’লে ই কেতিয়াও সন্তৰ নহ’ব। ভৱিষ্যতৰ অনিশ্চয়তা আটল আৰু অজেয়। আমাৰ হাজাৰ বিদ্যা-বুদ্ধিবেও তাক আমি আঁতৰাব নোৱাৰোৱোঁ।
মান কিববলগীয়া কথাটো হ’ল েঘ ঈশ্বৰৰ সংসাৰত ঈশ্বৰ কাৰসকল আৰু ইশ্বৰ পাে্ৰসকলৰ ব্যতিক্ৰমী স্থিতিলৈ মনেযাগ দিয়া সমাজৰ আৱশ্যকতা আেছ। সুখ বা সেন্তাষ েভাগ কৰাৰ উেদ্দেশ্য নহয়, কাৰোবাৰ ঐশ্বষ্য, গুণ বা মানৰ সংেগাপিত ৰূপৰ বিষয়ে কােকা অৱগত নকৰোৱাৈকেয় এই সমাজখনত প্ৰভাৱিত কিববৈলেহ ঈশ্বৰ কৰা হয়। ঐশ্বয্য আৰু গুণত হয়েতা আমি কোনো ব্যক্তিব উদ্ধৃত বা সমপযযয়াৰ নহ’ব পাৰোঁ কিন্তু যিদ সমাজে েতওঁৈক উদ্ধৰ বা সমপযযয়াৰ বুলি ধাৰণা কিব লয় েতেনহ’েল আমি সন্তুষ্ট ৈহ থাকিম আৰু ঈশ্বৰৰ কষ্ট বহন কিববলগীয়া নহয়। আশ্চয্যৰ কথা েয সম্পদ প্ৰান্তিৰপৰা বঞ্চিত ৈহেয়া সমাজৰ ধাৰণা মােেত আমি সন্তুষ্ট ৈহ বৰ্ত। ঈশ্বৰ সামাজিক জীৱনৰ কুৱিমতাত উৎপন্ন একপ্ৰকাৰৰ বিষ। ইয়াৰ প্ৰভাৱত আমি আনৰ উন্নতিত নিজৰ কোনো অনিষ্ট েনেদখিঙ অন্যথক দুখী ৈহ থাকোঁ।
নযায়াধীন শনযায় ববচাব বদয়ে, বাজবমন্ত্রীয়ে ইটাব গাঁঠবন কয়ব । সমাজ কলযাপব দৃবিয়ব এগবাকী নযায়াধীনশ শগবাকী বাজবমন্ত্রীক ততঠতয়ক সব ববল ভবয়য়টা উবচত নহয় । বখয়বাব সম্পদায়ব মাজত এইধবণব সক-ববব বভদভাব ঠায়ে
ঠােয় গভীৰভােৱ দূৰ ৈহ ৈগেছ, েসই িভন িভন বগৰ মাজত ঈষৰ্াই স্থায়ীৰূপ েলাৱা েদখা ৈগেছ। যিদ সমাজৰ িবিভন্ন েপীৰ কােমেৰ জীৱন িনবৰ্াহ কৰা েলাকসকেল সৰু-বৰৰ েচাল েকাবাই নুফুেৰ, বৰং েতওঁেলাকৰ িভন্নতাক স্বীকাৰ কিৰ লয়, েতিতয়া অসেত্বাষ বহু পিৰমােণ নাইকীয়া হ’ব। য’ত সৰু-বৰৰ ভাব বৰৈক প্ৰচাৰ ৈহ থােক আৰু জীৱন-িনবৰ্াহত যিদ িস স্পষ্ট হয়, তাত েকৱল মানুহৰ শক্তি িবেশষ িবেশষ িদশত প্ৰকৃত ৈহ েসই স্থানেত আবদ্ধ হ’বৈল ধেৰ আৰু সমাজৰ কাযৰ্াপ্ৰণালীত এেনদেৰ িবষমতাই েদখা িদেয়।
(428 শব্দ)
০৪. নিম্নলিখিত গদ্যাংশ ইংবাজী ভাষাৈল অনুবাদ কৰাঁ :
কুচীৰ উেদ্যাগ বা লঘু উেদ্যাগে ভাৰতবৰ্তত আিজ পুনৰ িবেশষভােৱ চচা লাভ কিৰেছ । এইধৰণৰ উেদ্যাগ-বযৱসায়ৰ মুলতঃ িকছুমান ঘৰুৱা ধৰণৰ সৰু সৰু কাম বা বযৱসায়ৰ পিৰকল্পনা অন্তিনিহত ৈহ আেছ, যাক অিত কম ঠাইত ক্ষুদ পুঁিজ আৰু শ্ৰেমেৰ স্থাপন কিৰ িযেকােনা বযিক্ত উৎপাদনৰ অংশীদাৰ ৈহ িনজৰ জীৱন-িনবৰ্াহৰ সমসয্াৰ সমাধান উিলয়াব পােৰ; িনবনুৱা সমসয্াৰ লগত খুঁিজ সাধাৰণ স্তৰত িনজৰ জীৱিকা িনবৰ্াহ কিৰব পােৰ । ভাৰতবৰ্ৰ দেৰ েদশত এইধৰণৰ সৰু সৰু উেদ্যাগ-বযৱসােয় িহত সাধনৰ আধাৰ হ’ব পােৰ; এই কথা মহাছয্া গাক্কীেয় স্বাধীনতা সংগ্ৰামৰ িদনেতই জািনবৈল সক্ষম ৈহিছল । েতওঁ স্বাধীন ভাৰতত এইধৰণৰ েগাট স্থাপন কিৰ পৰম্পৰাগত উেদ্যাগৰ আধুনীিককৰণৰ েপ্ৰণা িদিছল । িকন্তু স্বাধীনতা লাভৰ িপছত েনতবৃন্দই এই িবষয়ত েকােনা গুৰুত্ব আেৰাপ নকিৰেল । বৃহৎ বৃহৎ উেদ্যাগ-বযৱসায় আৰম্ভ হ’ল আৰু েসইেবাৰ সামথর্াবান মানুহৰ িনজস্ব সম্পিি ৈহ ৰ’ল । আনহােত বিধর্ত জনসংখয্া, িশক্ষাৰ প্ৰসাৰ, জনসেচতনতা, অিধকাৰ সাবয্ততা, িনৰস্তৰ িনৰনুৱা সমসয্া — এই আটাইেবােৰ আিজৰ সেচতন িচন্তািবদুসকলক িবৱত কিৰেছ । েসেয়েহ পলমৈক হ’েলও এই বিধর্ত সমসয্াসমূহৰ ৈসেত েমাকািবলা কিৰবৈল গাক্কীবাদী সুত্ৰসমূহৰ প্ৰেয়াগ কৰা হওক য়াৰ দ্বাৰা ইয়াৰ আৱশয্কতাসমূহ পূৰণ কিৰব পৰা যাব । ফলস্বৰূেপ আিজ েদশত কুচীৰ উেদ্যাগ সবৰ্ৰ েপাখা েমলা পিৰলিক্ত ৈহেছ ।
In our democratic system, the press has a vital role. While there has been large- scale expansion of the print and visual media in recent years, a focused approach to dealing with major societal and political issues has still to evolve. There is, as yet, excessive and exaggerated coverage of exposures and scandals and far too little well- informed comment or analysis of the various deep- rooted factors which generate the continuing malaise. The media could make an extremely useful contribution by devoting adequate coverage to tasks well done, highlighting the achievements of honest and efficient public servants and organizations, according special attention to developments in the remote and backward areas of our country. Our media is free and unfettered. It should be able to expose cases and incidents involving irregular and unlawful exercise of authority and abuses of all kinds. The existing ills in our socio- political environment will, on present reckoning, take considerable time to remedy. The Department of Personnel and Administrative Reforms should focus on establishing institutions responsible for all personnel matters — appointments, postings, transfers etc. — without any external interference. Also, there is a need for adoption of a robust code of ethics to be followed by those involved in public functioning.
Q6. (a) 2x5=10
(i) 2 (ii) 2 (iii) 2 (iv) 2 (v) 2
(b) 5x2=10
(i) 5 (ii) 5 (iii) 5 (iv) 5
1x10=10
(i) অনুকুল 1
(ii) উন্নিত 1
(iii) পৰিশ্ৰমী 1
(iv) দীৰ্ 1
(v) আৱাহন 1
(vi) আৰ্িক 1
(vii) আবিৰ্ৱ 1
(viii) প্ৰেম 1
(ix) আনন্দ 1
(x) সাকাৰ 1
(d) তলত দিয়া বাক্যাংশসমূহ এটা শব্দত প্ৰকাশ কৰা : 1x10=10
(i) িয আনৰ অধীন নহয় 1
(ii) গৰু বন্ধু ঠাই 1
(iii) খাবলৈ অনা কলপুিল 1
(iv) িয কথা জনা নাযায় 1
(v) যাক সহজেত লাভ কৰা যায় 1
(vi) িয েদশৰ কাৰেণ মৃতুয বৰণ কেৰ 1
(vii) িয ঘটনা আগেত ঘটা নাই 1
(viii) িয মানুহৰ িনজৰ ঘৰ-বাৰী নাই 1
(ix) িয িতেরাতাই কােপাৰ ৰৱ জােন 1
(x) িয জন্তু ঘৰত েপাহা হয় 1
1
UPSC MAIN Compulsory Subjects-ASSAMESE
Other Question paper :
UPSC MAIN 2024 General Studies I II III and IV Previous Year Question Paper Free Pdf Download
UPSC MAIN 2024 General Studies Previous Year Question Paper Eassy Writing Free Pdf Download
UPSC Indian Economics Service Indian Statistical Service Examination 2024 Indian Economics Previous Year Question Paper PDF Download